Kiran Chandra Nath عمومي
[search 0]
أكثر
تنزيل التطبيق!
show episodes
 
Assamese Songs and Culture Talk.Interview. অসমীয়া সংস্কৃতি লগতে অসমৰ সকলো সঙ্গীত শুনিব পাৰিব লগতে অসমীয়া সংস্কৃতিৰ সকলো বিষয় সামৰি লোৱা হৈছে । মূখ্য পৰিচালক কিৰণ চন্দ্ৰ নাথ। কলিয়াবৰৰ নগাঁও অসম 9864160507
  continue reading
 
Loading …
show series
 
সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান কলিয়াবৰ হাহ পামৰ কথা বতৰা মহিলা খেলুৱৈৰ সাক্ষাৎকাৰ ,মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষৰ সাক্ষাৎকাৰ আৰু তিৱা গীত।
  continue reading
 
Interview with Neeraj Chopra Neeraj Chopra at 2nd place with season best throw of 89.45m Nadeem lead with 92.97 , Peters (88.54) 3rd, Jacob 4th with 88.50 followed by Peters (87.87) , Yugo (87.72) & Weber (87.33)#ParisOlympics2024 and interview with Indian Hockey team And Others Sports Report
  continue reading
 
- Dalu folk song -Artist Binati Daluদালু সকল হোজাই জিলাৰ ডেৰাপথাৰত বাস কৰাৰ উপৰিও অসমৰ বিভিন্ন ঠাইত বাস কৰে । অসমৰ অন্যান্য জনগোষ্ঠীৰ দৰেই এইসকলৰ নিজা কৃষ্টি আছে সাজপাৰ নিজে বৈ পিন্ধে মহিলা সকলে । ৰঙা ৰঙৰ বেছি পছন্দ কৰে মহিলা সকলে । পুৰুষৰো নিজা সাজ পোচাক আছে ।তেখেত সকলৰ এটি মাছ ধৰা গীত এইটো ।
  continue reading
 
ৰক্তদাতা দিৱস এই বিষয়ে কৈছে পৰামৰ্শ দাতা ৰিঙ্কু দত্ত‌ই আৰু খগেন মহন্তৰ কণ্ঠৰ গীত
  continue reading
 
Ep-558- কামপুৰ বৰক'লাৰ আৰু লংকা ৰাজহ চক্ৰৰ বানপানীৰ বিষয়ে এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান।আগবঢ়াইছে কিৰণ চন্দ্ৰ নাথে । চাবচক্ৰাইব কৰিব
  continue reading
 
১ কঠিকা_ ফকৰাযোজনাত অসমীয়া লোকজীৱনৰ ছবি কৈছে ড. ঘনকান্ত বৰাই হোজাই কন্যা মহাবিদ্যালয় অসমীয়া বিভাগৰ অধ্যাপক । ২জেংবিহু শিল্পী ৰুমী বনীয়া আৰু সংগীসকল ।(সকলোৱে চাবচক্ৰাইব কৰিব)
  continue reading
 
নগাঁৱত নগাঁও জিলা ট্ৰাক চালক শ্ৰমিক সন্থাৰ শ্ৰমিক দিৱস পালন আৰু শ্ৰমিক সন্থাৰ সভাপতি গজেন শ‌ইকীয়াক সম্বৰ্ধনা। এক মে বুধবাৰে নগাঁও জিলা ট্ৰাক চালক শ্ৰমিক সন্থায়ে শ্ৰমিক দিৱস পালন কৰে এই উপলক্ষে পুৱা মে দিৱসৰ ৰঙাপতকা উত্তোলন কৰে সন্থাৰ সভাপতি গজেন শ‌ইকীয়াই । ইয়াৰ পিছতেই শ্বহীদ সকলৰ সোঁৱৰণত বন্তি প্ৰজ্বলন কৰাৰ লগতে সকলো শ্ৰমিকে শ্বহীদ বেদিত মাল্যা…
  continue reading
 
Ep_552_ বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ল কথা-বতৰাৰ। সকলোৱে চাবচক্ৰাইব কৰিব ।
  continue reading
 
নগাঁও জিলাৰ বঢ়মপুৰ দৃষ্টিহীন বিদ্যালয়ৰ সাক্ষাৎকাৰ।বিদ্যালয়ৰ প্ৰধান গুন বৰাৰ সাক্ষাৎকাৰ ছাত্ৰ-ছাত্ৰীৰ গীত সকলোৱে চাবচক্ৰাইব কৰিব ।
  continue reading
 
Ep-550- এটা শব্দত প্ৰকাশ কৰা (অসমীয়া ব্যাকৰণ) অসমী ব্যাকৰণ।এটা শব্দত প্ৰকাশ কৰা।অসমীয়া ৰচনা কিতাপৰ পৰা সংগ্ৰহ কৰা হৈছে।ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱা আৰু চহকী অসমী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই বিষয় ব্যাকৰণ দিয়া হৈছে ।####যি আনৰ ভাল দেখিব নোৱাৰা __পৰশ্ৰীকাতৰ , চকুচৰহা ।যি আনৰ অধীন _ পৰাধীন যি আনৰ অধীন নহয় _ স্বাধীন।যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে …
  continue reading
 
বিহুগীতত অসমীয়া সমাজ জীৱন কৈছে ননৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড বসন্ত বৰাই আৰু বিহু গীত
  continue reading
 
1নগাঁৱত বিশ্ব হোমিওপেথী দিৱস উদযাপনৰাহুল দেৱ বৰদলৈ : অসম হোমিওপেথিক চিকিৎসা মহসবিদ্যালয় আৰু চিকিৎসালয় প্ৰাংগনত আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্ব হোমিওপেথী দিৱসটি উদযাপন কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান হোমিওপেথিক চিকিৎসা বিষয়া সন্থা অসমৰ উদ্যোগত অনুষ্ঠিত এই দিৱসৰ লগত সংগতি ৰাখি জাৰ্মান চিকিৎসা বিজ্ঞানী মহামানৱ ডা: খ্ৰীষ্টিয়ান ফ্ৰেডৰিক চেমুৱেল হেনিমেনৰ ২…
  continue reading
 
Ep-542-১৮৮৫ চনৰপৰা ১৯৫৮ চনলৈকে ভাৰতৰ জাতীয় কংগ্ৰেছৰ সভা আৰু সভাপতিৰ নাম
  continue reading
 
Ep-540-ৰমজানমাহৰ গুৰুত্ব কি এই বিষয়ে এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান আৰু জিকিৰ
  continue reading
 
১/ লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে চমুকৈ কিছু কথা।২ এটি গীত ভুপেন হাজৰিকা।
  continue reading
 
১_ বিহু গীতৰ শিল্পী নগাঁৱৰ উমানন্দ হাজৰিকাৰ সাক্ষাৎকাৰ২_ বিহু গীত
  continue reading
 
নগাঁৱত তিনিদিনীয়াকৈ আৰম্ভ হোৱা মাছ আৰু মুকুতা খেতিৰ প্ৰশিক্ষণ আজি সমাপ্ত হয় । অসমত মাছৰ লগতে মুকুতাৰ খেতি একেলগে কৰি কেনেকৈ লাভবান হ'ব পাৰে মীন পালক সকল ,এই বিষয়ে ১৩_১৫_ প্ৰশিক্ষণ প্ৰদান কৰে ।১৩মাৰ্চৰ পৰা নগাঁৱৰ গ্ৰাম্য উন্নয়ন আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত আৰম্ভ হৈছিল, এই প্ৰশিক্ষণ প্ৰশিক্ষণত তিনিচুকীয়া হোজাই, মৰিগাঁও যোৰহাট নগাঁও আদি জিলাৰ মীন পা…
  continue reading
 
বিহু বাদ্য গগণাৰ বিষয়ে আলোচনা, ভাগলৈছে ড চন্দ্ৰ কমল চেতিয়াই।আৰু এটি বিহুগীত
  continue reading
 
Ep-528- থলুৱা ফুটবলৰ প্ৰসংগত পৰমানন্দ নাথ আৰু নগাঁৱৰ টেনিছ ক্লাবত অনুষ্ঠিত নুৰুল আমিন টেনিছ প্ৰতিযোগীতাত অংশগ্ৰহণ কৰা খেলুৱৈৰ সাক্ষাৎকাৰ।
  continue reading
 
Ep-527- বাৰপুজীয়াৰ সাহিত্য সভাত প্ৰদৰ্শন কৰা মৰিগাঁও জিলাৰ বিভিন্ন চৰকাৰী বিভাগৰ সাক্ষাৎকাৰকৃষি,মীন, ৰেচম আদি বিভাগৰ সাক্ষাৎকাৰ।
  continue reading
 
Loading …

دليل مرجعي سريع